ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উৎসুক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উৎসুক   বিশেষ্য

ଅର୍ଥ : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে

ଉଦାହରଣ : সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল

ସମକକ୍ଷ : অনুসন্ধিৎসু, কুতুহলী, কৌতূহলী, জিজ্ঞাসু

উৎসুক   বিশেষণ

ଅର୍ଥ : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে

ଉଦାହରଣ : শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল

ସମକକ୍ଷ : জিজ্ঞাসু

ଅର୍ଥ : যাৰ মনত কোনো তীব্র অভিলাষ থাকে বা যি কোনো কাম বা কথাৰ বাবে অধীৰ হৈ থাকে

ଉଦାହରଣ : চিনেমা চাবলৈ উৎসুক লʼৰা-ছোৱালীহঁত সোনকালে ওলোৱা