ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
ଉଦାହରଣ : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
ସମକକ୍ଷ : খটখটীয়া, চতফতীয়া, চতবতীয়া
ଅର୍ଥ : যিজনে বৰ উৎপাত কৰে
ଉଦାହରଣ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
ସମକକ୍ଷ : খটাসুৰ, দুষ্ট, বদমাচ
ଅର୍ଥ : যি উপদ্রৱ কৰে
ଉଦାହରଣ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
ସମକକ୍ଷ : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
ସଂସ୍ଥାପନ କରନ୍ତୁ