ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উৎকণ্ঠা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উৎকণ্ঠা   বিশেষ্য

ଅର୍ଥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

ସମକକ୍ଷ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা

ଅର୍ଥ : আতুৰ হোৱা অৱস্থা

ଉଦାହରଣ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে

ସମକକ୍ଷ : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা

ଅର୍ଥ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা

ଉଦାହରଣ : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে

ସମକକ୍ଷ : উৎসুকতা, কৌতূহল, জিজ্ঞাসা