ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উষ্ণতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উষ্ণতা   বিশেষ্য

ଅର୍ଥ : উষ্ণ হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়

ସମକକ୍ଷ : উত্তাপ, উমাজাল, তাপ

ଅର୍ଥ : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে

ଉଦାହରଣ :

ସମକକ୍ଷ : উত্তাপ, উমাজাল, উষ্ণত্ব, তাপ

ଅର୍ଥ : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়

ଉଦାହରଣ : তেওঁ ইষদোষ্ণতাত ভুগিছে

ସମକକ୍ଷ : ইষদোষ্ণতা, উত্তাপ