ଅର୍ଥ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
ଉଦାହରଣ :
তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
ଅର୍ଥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
ଉଦାହରଣ :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
ସମକକ୍ଷ : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
ଅର୍ଥ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
ଉଦାହରଣ :
মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
ସମକକ୍ଷ : বাহিৰ কৰা
ଅର୍ଥ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
ଉଦାହରଣ :
চৰকাৰে নতুন ডাক টিকট উলিয়ালে
ଅର୍ଥ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
ଉଦାହରଣ :
নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
ଅର୍ଥ : লৈ যোৱা
ଉଦାହରଣ :
বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
ଅର୍ଥ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
ଉଦାହରଣ :
টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
ସମକକ୍ଷ : আৱিষ্কৃত কৰা
ଅର୍ଥ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
ଉଦାହରଣ :
তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
ଅର୍ଥ : বাহিৰ কৰা
ଉଦାହରଣ :
তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
ଅର୍ଥ : বিচাৰি সন্মুখত ৰখা কার্য
ଉଦାହରଣ :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
ସମକକ୍ଷ : হস্তগত কৰা
ଅର୍ଥ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
ଉଦାହରଣ :
এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
ସମକକ୍ଷ : আৱিষ্কাৰ কৰা