ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উলিওৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উলিওৱা   ক্ৰিয়া

ଅର୍ଥ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

ଉଦାହରଣ : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

ଅର୍ଥ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ଉଦାହରଣ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

ସମକକ୍ଷ : কঢ়া, বঢ়া

ଅର୍ଥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ଉଦାହରଣ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

ସମକକ୍ଷ : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

ଅର୍ଥ : কথা আদিৰ আৰম্ভ কৰা

ଉଦାହରଣ : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

ସମକକ୍ଷ : আৰম্ভ কৰা

ଅର୍ଥ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

ଉଦାହରଣ : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

ସମକକ୍ଷ : বাহিৰ কৰা

ଅର୍ଥ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

ଉଦାହରଣ : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

ଅର୍ଥ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

ଉଦାହରଣ : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

ଅର୍ଥ : লৈ যোৱা

ଉଦାହରଣ : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

ଅର୍ଥ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

ଉଦାହରଣ : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

ସମକକ୍ଷ : আৱিষ্কৃত কৰা

ଅର୍ଥ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

ଉଦାହରଣ : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

ଅର୍ଥ : বাহিৰ কৰা

ଉଦାହରଣ : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

ଅର୍ଥ : বিচাৰি সন্মুখত ৰখা কার্য

ଉଦାହରଣ : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

ସମକକ୍ଷ : হস্তগত কৰা

ଅର୍ଥ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

ଉଦାହରଣ : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

ସମକକ୍ଷ : আৱিষ্কাৰ কৰা