ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
ଉଦାହରଣ : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
ସମକକ୍ଷ : অতিক্রমণ, উপক্রম, লংঘন
ଅର୍ଥ : কোনো নিশ্চিতি, প্রতিজ্ঞা, নিয়ম বা বিধি ভাঙি পেলোৱা আৰু তাৰ বিৰুদ্ধে কাম কৰা ক্রিয়া
ଉଦାହରଣ : নিয়মৰ উলংঘন কৰোতাক দণ্ড বিহা হʼব
ସମକକ୍ଷ : উলঙ্ঘন
ସଂସ୍ଥାପନ କରନ୍ତୁ