ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উপায় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উপায়   বিশেষ্য

ଅର୍ଥ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা

ଉଦାହରଣ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক

ସମକକ୍ଷ : পথ, পন্থা, মার্গ, ্সাধন

ଅର୍ଥ : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়

ଉଦାହରଣ : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল

ସମକକ୍ଷ : বিপল্প

ଅର୍ଥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে

ଉଦାହରଣ :

ସମକକ୍ଷ : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা