ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
ଉଦାହରଣ : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
ସମକକ୍ଷ : খিতাপ, পদবী
ଅର୍ଥ : শিক্ষাৰ ক্ষেত্রত লাভ কৰা উপাধি
ଉଦାହରଣ : তেখেতক আচার্য শিক্ষা-সন্মানেৰে সন্মানিত কৰা হʼল
ସମକକ୍ଷ : বিদ্যা-উপাধি, শিক্ষা-সন্মান
ଅର୍ଥ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
ଉଦାହରଣ : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
ସମକକ୍ଷ : উপনাম, পদবী, বংশনাম
ସଂସ୍ଥାପନ କରନ୍ତୁ