ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উপযোগিতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উপযোগিতা   বিশেষ্য

ଅର୍ଥ : ব্যৱহাৰ বা প্রয়োজনত অহা ভাব বা অৱস্থা

ଉଦାହରଣ : জনতাৰ উপযোগিতাৰ প্রতি লক্ষ্য ৰাখি সুলভ শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে

ଅର୍ଥ : কোনো বস্তুৰ মহত্ত্ব বা মানদণ্ডৰ বিচাৰ কৰা গুণ বিশেষ

ଉଦାହରଣ : সময়ৰ উপযোগিতাক বুজি নোপোৱাজনে পিছত পস্তাবলগীয়া হয়

ଅର୍ଥ : কামত অহা বা লগা যোগ্যতা

ଉଦାହରଣ : বস্তুৰ উপযোগিতা অনুযায়ীহে আমি ইয়াৰ চয়ন কৰোঁ