ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উপযুক্ততা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উপযুক্ততা   বিশেষ্য

ଅର୍ଥ : উপযুক্ত হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : সামগ্রীৰ উপযুক্ততা চাইহে সেই সামগ্রী কিনা উচিত

ସମକକ୍ଷ : ঔচিত্য, সমীচীনতা

ଅର୍ଥ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

ଉଦାହରଣ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

ସମକକ୍ଷ : ক্ষমতা, যোগ্যতা, সামর্থ্য