ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উপনিৱেশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উপনিৱেশ   বিশেষ্য

ଅର୍ଥ : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল

ଉଦାହରଣ : পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল

ସମକକ୍ଷ : কলনি

ଅର୍ଥ : স্থানীয় খিলঞ্জীয়া অধিবাসী বা জীৱৰ উপৰি বহিৰাগত নৰগোষ্ঠী, জীৱগোষ্ঠী বা বীজাণু আদিয়ে বাস কৰিব লোৱা কোনো ক্ষেত্র বা তেনে গোষ্ঠী

ଉଦାହରଣ : বাৰিষাৰ সময়ত ঠায়ে-ঠায়ে একত্রিত হোৱা পানীতে বীজাণু, মহ-মাখি আদিয়ে পতা উপনিৱেশ, বেমাৰৰ কাৰণ হৈ পৰে

ସମକକ୍ଷ : উপনিবেশ, নিবহ

ଅର୍ଥ : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য

ଉଦାହରଣ : ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল