ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উপনাম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উপনাম   বিশেষ্য

ଅର୍ଥ : কোনো ব্যক্তি,বস্তু আদিৰ আচল নামৰ বাহিৰে থকা অন্য নাম যাৰ দ্বাৰা তেওঁ প্রসিদ্ধি লাভ কৰে বা তেওঁক ্মতা হয়

ଉଦାହରଣ : কবি ৰামধাৰী সিংহ ্তেওঁৰ দীনকৰ উপনামেৰে প্রসিদ্ধ

ସମକକ୍ଷ : ছদ্ম নাম, ছদ্মনাম

ଅର୍ଥ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ

ଉଦାହରଣ : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে

ସମକକ୍ଷ : উপাধি, পদবী, বংশনাম