ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ଉଦାହରଣ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
ସମକକ୍ଷ : শিক্ষা
ଅର୍ଥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ଉଦାହରଣ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
ସମକକ୍ଷ : জ্ঞান, বুজনি, শিকনি, শিক্ষা
ସଂସ୍ଥାପନ କରନ୍ତୁ