ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উপঢৌকন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উপঢৌকন   বিশেষ্য

ଅର୍ଥ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন

ଉଦାହରଣ : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে

ସମକକ୍ଷ : উৎকোচ

ଅର୍ଥ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

ଉଦାହରଣ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

ସମକକ୍ଷ : পাৰিতোষিক, ভেটি

ଅର୍ଥ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য

ଉଦାହରଣ : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়