ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
ଉଦାହରଣ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
ସମକକ୍ଷ : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
ଅର୍ଥ : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
ଉଦାହରଣ : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
ସମକକ୍ଷ : অতিক্রমণ, উলংঘন, লংঘন
ସଂସ୍ଥାପନ କରନ୍ତୁ