ଅର୍ଥ : মগজুৰ বিকৃতি ঘটা
ଉଦାହରଣ :
চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
ସମକକ୍ଷ : অলিয়া-বলিয়া, উন্মাদ, পগলা, পাগল, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল
ଅର୍ଥ : সি কাবু হৈ নাথাকে
ଉଦାହରଣ :
উন্মত্ত হাতীটোক ধৰাৰ প্রয়াস চলি আছে