ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উদ্যান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উদ্যান   বিশেষ্য

ଅର୍ଥ : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ

ଉଦାହରଣ : এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়

ସମକକ୍ଷ : অভয়াৰণ্য, সংৰক্ষিত বন, সংৰক্ষিত বনাঞ্চল

ଅର୍ଥ : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল

ଉଦାହରଣ :

ସମକକ୍ଷ : কানন, বাগ, বাগান, বাগিচা