ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উদ্যমী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উদ্যমী   বিশেষ্য

ଅର୍ଥ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি

ଉଦାହରଣ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল

ସମକକ୍ଷ : উদ্যোগী

ଅର୍ଥ : পৰিশ্রম কৰা ব্যক্তি

ଉଦାହରଣ : পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব

ସମକକ୍ଷ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী

ଅର୍ଥ : প্রয়াস বা উদ্যম থকা ব্যক্তি

ଉଦାହରଣ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়

ସମକକ୍ଷ : উদ্যোগী

উদ্যমী   বিশেষণ

ଅର୍ଥ : কোনো কামত উদ্যম লৈ লাগি থকা

ଉଦାହରଣ : মোৰ মা এগৰাকী উদ্যোগী মহিলা

ସମକକ୍ଷ : উদ্যোগী, কাজী

ଅର୍ଥ : যʼত উদ্যম আছে বা উদ্যমেৰে ভৰি থকা

ଉଦାହରଣ : তেওঁ উদ্যমী ভাষণ দিলে

ସମକକ୍ଷ : উদ্যমপূর্ণ

ଅର୍ଥ : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়

ଉଦାହରଣ :

ସମକକ୍ଷ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ

ଅର୍ଥ : প্রয়াস বা চেষ্টা কৰোঁতাজন

ଉଦାହରଣ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়

ସମକକ୍ଷ : উদ্যোগী, চেষ্টাশীল, প্রয়াসশীল

ଅର୍ଥ : যিটো উৎসাহেৰে ভৰি আছে

ଉଦାହରଣ : উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে

ସମକକ୍ଷ : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ