ଅର୍ଥ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
ସମକକ୍ଷ : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
ଅର୍ଥ : উদ্যম বা পৰিশ্রমৰ অভাৱ
ଉଦାହରଣ :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
ସମକକ୍ଷ : অনুদ্যম, পৰিশ্রমহীনতা