ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উদাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উদাৰ   বিশেষণ

ଅର୍ଥ : যিজন বহল হৃদয়ৰ

ଉଦାହରଣ : উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল

ସମକକ୍ଷ : উদাৰচেতা, উদাৰচেতীয়া, দিলদাৰ

ଅର୍ଥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

ଉଦାହରଣ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

ସମକକ୍ଷ : অকপট, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে