ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
ଉଦାହରଣ : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
ସମକକ୍ଷ : উপমা, দৃষ্টান্ত
ଅର୍ଥ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
ଉଦାହରଣ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
ସମକକ୍ଷ : আর্হি, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
ଅର୍ଥ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
ଉଦାହରଣ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
ସମକକ୍ଷ : দৃষ্টান্ত, নমুনা
ସଂସ୍ଥାପନ କରନ୍ତୁ