ଅର୍ଥ : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
ଉଦାହରଣ :
মহেশ উত্তৰৰ বাসিন্দা
ଅର୍ଥ : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
ଉଦାହରଣ :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
ସମକକ୍ଷ : জবাব
ଅର୍ଥ : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : উত্তৰ দিশ
ଅର୍ଥ : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ଉଦାହରଣ :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে