ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উষ্ণ হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়
ସମକକ୍ଷ : উমাজাল, উষ্ণতা, তাপ
ଅର୍ଥ : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : উমাজাল, উষ্ণতা, উষ্ণত্ব, তাপ
ଅର୍ଥ : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়
ଉଦାହରଣ : তেওঁ ইষদোষ্ণতাত ভুগিছে
ସମକକ୍ଷ : ইষদোষ্ণতা, উষ্ণতা
ସଂସ୍ଥାପନ କରନ୍ତୁ