ଅର୍ଥ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
ଉଦାହରଣ :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
ଅର୍ଥ : কিছু সময় ওপৰলৈ ধৰি থকা
ଉଦାହରଣ :
তেওঁ ্বোজাটো মূৰত উঠালে
ଅର୍ଥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
ଉଦାହରଣ :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
ସମକକ୍ଷ : উঠাই দিয়া
ଅର୍ଥ : (সংগীত) স্বৰ তীব্র কৰা
ଉଦାହରଣ :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
ସମକକ୍ଷ : তোলা
ଅର୍ଥ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
ଉଦାହରଣ :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
ଅର୍ଥ : স্থান ত্যাগ কৰা
ଉଦାହରଣ :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
ଅର୍ଥ : কাৰোবাক অধিক গুৰুত্ব দিয়া
ଉଦାହରଣ :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
ଅର୍ଥ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
ଉଦାହରଣ :
দেউতাই মোক ঝুলনাত উঠালে
ଅର୍ଥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
ଉଦାହରଣ :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
ସମକକ୍ଷ : বহুওৱা
ଅର୍ଥ : উঠিবলৈ প্ৰবৃত্ত কৰা
ଉଦାହରଣ :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
ସମକକ୍ଷ : উঠাই দিয়া
ଅର୍ଥ : বহী, কাগজ আদিত লিখা
ଉଦାହରଣ :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
ସମକକ୍ଷ : উঠাই থোৱা