ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উঠোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উঠোৱা   ক্ৰিয়া

ଅର୍ଥ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

ଉଦାହରଣ : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

ଅର୍ଥ : কিছু সময় ওপৰলৈ ধৰি থকা

ଉଦାହରଣ : তেওঁ ্বোজাটো মূৰত উঠালে

ଅର୍ଥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

ଉଦାହରଣ : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

ସମକକ୍ଷ : উঠাই দিয়া

ଅର୍ଥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ଉଦାହରଣ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

ସମକକ୍ଷ : গঁথ্া, বনোৱা, সজা, সাজি থকা

ଅର୍ଥ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

ଉଦାହରଣ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

ସମକକ୍ଷ : জগোৱা

ଅର୍ଥ : ঘৰ বা দেৱাল আদি বনোৱা

ଉଦାହରଣ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

ସମକକ୍ଷ : বনোৱা, সজা

ଅର୍ଥ : (সংগীত) স্বৰ তীব্র কৰা

ଉଦାହରଣ : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

ସମକକ୍ଷ : তোলা

ଅର୍ଥ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

ଉଦାହରଣ : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

ଅର୍ଥ : স্থান ত্যাগ কৰা

ଉଦାହରଣ : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

ଅର୍ଥ : কাৰোবাক অধিক গুৰুত্ব দিয়া

ଉଦାହରଣ : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

ଅର୍ଥ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

ଉଦାହରଣ : দেউতাই মোক ঝুলনাত উঠালে

ଅର୍ଥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

ଉଦାହରଣ : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

ସମକକ୍ଷ : বহুওৱা

ଅର୍ଥ : তলৰ পৰা ওপৰলৈ অনা কার্য

ଉଦାହରଣ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

ସମକକ୍ଷ : উঠা

ଅର୍ଥ : উঠিবলৈ প্ৰবৃত্ত কৰা

ଉଦାହରଣ : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

ସମକକ୍ଷ : উঠাই দিয়া

ଅର୍ଥ : বহী, কাগজ আদিত লিখা

ଉଦାହରଣ : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

ସମକକ୍ଷ : উঠাই থোৱা