ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উচ্চ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উচ্চ   বিশেষণ

ଅର୍ଥ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়

ଉଦାହରଣ : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে

ସମକକ୍ଷ : শ্রেষ্ঠ

ଅର୍ଥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

ଉଦାହରଣ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

ସମକକ୍ଷ : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ

ଅର୍ଥ : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন

ଉଦାହରଣ : শ্যাম উচ্চ বংশৰ

ଅର୍ଥ : দীঘল শৰীৰৰ

ଉଦାହରଣ : অমিতাভ বচ্চন ওখ ব্যক্তি

ସମକକ୍ଷ : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ