ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভিতৰত একো নথকা বা যি অপূর্ণ
ଉଦାହରଣ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
ସମକକ୍ଷ : উদং, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
ଅର୍ଥ : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
ଉଦାହରଣ : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
ସମକକ୍ଷ : চাদা
ଅର୍ଥ : ৰং বিহীন
ଉଦାହରଣ : বিধবাসকলে বগা কাপোৰ পিন্ধে
ସଂସ୍ଥାପନ କରନ୍ତୁ