ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ইহজগত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ইহজগত   বিশেষ্য

ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ସମକକ୍ଷ : ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

ଅର୍ଥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ଉଦାହରଣ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

ସମକକ୍ଷ : জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ইহজগত   বিশেষণ

ଅର୍ଥ : ইহ সংসাৰৰ সৈতে সম্বন্ধ ৰাখোঁতা

ଉଦାହରଣ : ইহজগতৰ আনন্দ ক্ষণভঙ্গুৰ

ସମକକ୍ଷ : লৌকিক, সাংসাৰিক