ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
ଉଦାହରଣ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
ସମକକ୍ଷ : অট্টালিকা, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
ଅର୍ଥ : যিটো ভৱন অতি ওখ
ଉଦାହରଣ : তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
ସମକକ୍ଷ : অট্টালিকা, আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, দালান
ସଂସ୍ଥାପନ କରନ୍ତୁ