ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ইচ্ছা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ইচ্ছা   বিশেষ্য

ଅର୍ଥ : মনৰ ভাল লগা ভাব

ଉଦାହରଣ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে

ସମକକ୍ଷ : অভিৰুচি, পছন্দ, ৰুচি

ଅର୍ଥ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ଉଦାହରଣ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

ସମକକ୍ଷ : অভিৰুচি, আগ্রহ, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি

ଅର୍ଥ : কোনো বস্তু লাভৰ বা সুখৰ কাৰণে কৰা অভিলাষা বা লালসা

ଉଦାହରଣ : ঘূৰা-ফুৰাটো মমতাৰ এটা চখ

ସମକକ୍ଷ : চখ, বাসনা

ଅର୍ଥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ଉଦାହରଣ :

ସମକକ୍ଷ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ