ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আৱাসী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আৱাসী   বিশেষ্য

ଅର୍ଥ : কোনো ঠাইত থকা বা বসতি কৰা লোক

ଉଦାହରଣ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে

ସମକକ୍ଷ : অধিবাসী, আবাসিক, আবাসী, আৱাসিক, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা

আৱাসী   বিশেষণ

ଅର୍ଥ : যি ছাত্রাবাসত থাকে

ଉଦାହରଣ : দেউতাৰ বদলিৰ পিছত মোহন ছাত্রাবাসী হʼল

ସମକକ୍ଷ : আবাসী, ছাত্রাবাসী, ছাত্রাৱাসী