ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আৱদ্ধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আৱদ্ধ   বিশেষণ

ଅର୍ଥ : যাক বন্ধা হৈছে

ଉଦାହରଣ : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে

ସମକକ୍ଷ : অমুক্ত, নিৱদ্ধ

ଅର୍ଥ : আৱদ্ধ হৈ থকা

ଉଦାହରଣ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

ସମକକ୍ଷ : বন্ধ

ଅର୍ଥ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

ଉଦାହରଣ : সৌ বন্ধ নলাটো চাফা কৰি আছে

ସମକକ୍ଷ : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ