ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আৰৱৰ ভাষা
ଉଦାହରଣ : এই কিতাপখন আৰৱীত লিখা আছে
ସମକକ୍ଷ : আৰৱী ভাষা, আৰৱী-ভাষা
ଅର୍ଥ : আৰৱ দেশৰ অধিবাসী
ଉଦାହରଣ : ভালেমান আৰৱী মোৰ ভাল বন্ধু
ସମକକ୍ଷ : আৰৱ বাসী, আৰৱ-বাসী, আৰৱবাসী
ଅର୍ଥ : যি লিপিত আৰৱী আদি ভাষা লিখা হয়
ଉଦାହରଣ : তেওঁ আৰৱী পঢ়িবলৈ শিকিলে
ସମକକ୍ଷ : আৰৱী লিপি
ଅର୍ଥ : আৰৱৰ
ଉଦାହରଣ : এই হোটেলখনত আৰৱী ব্যঞ্জনৰ সোৱাদ লʼব পাৰিব
ସଂସ୍ଥାପନ କରନ୍ତୁ