ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আৰম্ভণি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আৰম্ভণি   বিশেষ্য

ଅର୍ଥ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

ଉଦାହରଣ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

ସମକକ୍ଷ : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

ଅର୍ଥ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

ଉଦାହରଣ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

ସମକକ୍ଷ : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

ଅର୍ଥ : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

ଉଦାହରଣ : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

ଅର୍ଥ : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

ଉଦାହରଣ : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

ସମକକ୍ଷ : অʼপেনিং, চেচৰ অʼপেনিং