ଅର୍ଥ : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
ଉଦାହରଣ :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
ଅର୍ଥ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
ଉଦାହରଣ :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
ସମକକ୍ଷ : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ