ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জনসাধাৰণৰ জীৱন আৰু সামগ্রীৰ ৰক্ষাৰ কাৰণে থকা বিভাগ, দল বা সংস্থা
ଉଦାହରଣ : তেওঁক ধৰিবৰ কাৰণে পুলিচ আহিছে
ସମକକ୍ଷ : আৰক্ষী বাহিনী, আৰক্ষী-বাহিনী, পুলিচ
ଅର୍ଥ : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া
ଉଦାହରଣ : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে
ସମକକ୍ଷ : চিপাহী, পুলিচ
ସଂସ୍ଥାପନ କରନ୍ତୁ