ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আয়োজন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আয়োজন   বিশেষ্য

ଅର୍ଥ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ଉଦାହରଣ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

ସମକକ୍ଷ : ব্যৱস্থা

ଅର୍ଥ : ব্যৱস্থা কৰা কার্য ্বা ভাব

ଉଦାହରଣ : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

ସମକକ୍ଷ : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

ଅର୍ଥ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

ଉଦାହରଣ : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

ସମକକ୍ଷ : বন্দৱস্ত, যা-যোগাৰ, যো-জা

ଅର୍ଥ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ଉଦାହରଣ :

ସମକକ୍ଷ : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা