ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
ଉଦାହରଣ : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
ସମକକ୍ଷ : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, জীৱদ্দশা, জীৱনকাল, পৰমায়ু, বয়স
ଅର୍ଥ : জন্মৰ পৰা মৃত্যুলৈকে দিন, মাহ, বছৰ আদিৰে গণনা কৰি উলিওৱা সময়ছোৱা:মানুহৰ গড় আয়ুসকাল ষাঠিৰ পৰা সত্তৰ বছৰ
ଉଦାହରଣ :
ସମକକ୍ଷ : জিন্দেগী, জীৱনকাল, বয়স
ଅର୍ଥ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
ଉଦାହରଣ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
ସମକକ୍ଷ : জীৱন
ସଂସ୍ଥାପନ କରନ୍ତୁ