ଅର୍ଥ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : আনন্দ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ
ଅର୍ଥ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা
ଉଦାହରଣ :
ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল
ସମକକ୍ଷ : আনন্দ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ