ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
ଉଦାହରଣ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
ସମକକ୍ଷ : অনুৰাগ, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
ଅର୍ଥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ଉଦାହରଣ : প্রেম নিস্বার্থ ্ হʼব লাগে
ସମକକ୍ଷ : অনুৰাগ, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত
ଅର୍ଥ : আসক্ত হোৱা ক্রিয়া বা ভাব
ଉଦାହରଣ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
ସମକକ୍ଷ : অনুৰাগ, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
ସଂସ୍ଥାପନ କରନ୍ତୁ