ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ আবাস নাই
ଉଦାହରଣ : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
ସମକକ୍ଷ : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
ଅର୍ଥ : যিজনক সহায় কৰিবলৈ কোনো নাই
ଉଦାହରଣ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
ସମକକ୍ଷ : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
ଅର୍ଥ : যিয়ে কʼতো আশ্রয় পোৱা নাই
ଉଦାହରଣ : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
ସମକକ୍ଷ : অনাশ্রিত, নিৰাশ্রয়ী
ସଂସ୍ଥାପନ କରନ୍ତୁ