ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰক্ষা পোৱা স্থান
ଉଦାହରଣ : অপৰাধীক আশ্রয় দিয়াটোও অপৰাধ
ସମକକ୍ଷ : ছত্রছাঁয়া, শৰণ
ଅର୍ଥ : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়
ଉଦାହରଣ : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত
ସମକକ୍ଷ : অৱলম্বন, আধাৰ
ଅର୍ଥ : জীৱন নি্র্বাহৰ আধাৰ
ଉଦାହରଣ : বৃদ্ধকালত লʼৰা-ছোৱালীয়েই মাক-দেউতাকৰ আশ্রয় হয়
ସମକକ୍ଷ : অৱলম্বন
ସଂସ୍ଥାପନ କରନ୍ତୁ