ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
ଉଦାହରଣ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
ସମକକ୍ଷ : আলয়, মন্দিৰ
ଅର୍ଥ : সাধু-সন্তৰ নিবাস স্থল
ଉଦାହରଣ : উত্তৰ কাশী ফুৰিবৰ সময়ত আমি কিছুদিন এটা মঠত কটাইছিলো
ସମକକ୍ଷ : মঠ
ଅର୍ଥ : ঋষি বা মুনি থকা ঠাই:বনবাসত থাকোতে শ্রীৰামে পঞ্চৱতীত নিজৰ আশ্রম পাতিছিল
ଉଦାହରଣ :
ସଂସ୍ଥାପନ କରନ୍ତୁ