ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
ଉଦାହରଣ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
ସମକକ୍ଷ : আশ্রম, মন্দিৰ
ଅର୍ଥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ଉଦାହରଣ : এই ঘৰটোত পাঁচটা কোঠা আছে
ସମକକ୍ଷ : আবাসস্থান, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি
ସଂସ୍ଥାପନ କରନ୍ତୁ