ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আলোচনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আলোচনা   বিশেষ্য

ଅର୍ଥ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা

ଉଦାହରଣ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে

ସମକକ୍ଷ : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য

ଅର୍ଥ : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ

ଉଦାହରଣ : শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে

ସମକକ୍ଷ : সমালোচনা

ଅର୍ଥ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা

ଉଦାହରଣ : সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে

ସମକକ୍ଷ : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা

ଅର୍ଥ : কোনো বিষয়ত কৰা কথা-বার্তা

ଉଦାହରଣ : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে

ସମକକ୍ଷ : চর্চা, পৰি্চর্চা, মিটিং