ଅର୍ଥ : আলবেনিয়াৰ অধিবাসী
ଉଦାହରଣ :
মই আজি এজন আলবেনিয়ানৰ ঘৰলৈ যাম বুলি ভাবিছোঁ
ସମକକ୍ଷ : আলবেনিয়া-বাসী, আলবেনিয়াবাসী
ଅର୍ଥ : আলবেনিয়া বা আলবেনিয়া সম্বন্ধী
ଉଦାହରଣ :
আলবেনিয়াত আলবেনিয়ান মুছলমানৰ সংখ্যা প্রায় সত্তৰ শতাংশ
ଅର୍ଥ : আলবেনিয়ান ভাষা বা আলবেনিয়ান ভাষা সম্বন্ধী
ଉଦାହରଣ :
মই আলবেনিয়ান আলোচনীত এই সংবাদটো পঢ়িছিলো