ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আমনি কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আমনি কৰা   ক্ৰিয়া

ଅର୍ଥ : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব

ଉଦାହରଣ : মায়ে আজিকালি বৰ আমনি কৰে

ସମକକ୍ଷ : বিৰক্ত কৰা

ଅର୍ଥ : কাৰোবাক আমনি দি থকা

ଉଦାହରଣ : কৃষ্ণই গোপীসকলক আমনি কৰি আছিল

ସମକକ୍ଷ : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া

ଅର୍ଥ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা

ଉଦାହରଣ : মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে

ସମକକ୍ଷ : বিৰক্ত কৰা

ଅର୍ଥ : ধেমালিতে কাৰোবাক আমনি কৰা

ଉଦାହରଣ : ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে