ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আবেদন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আবেদন   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র

ଉଦାହରଣ : তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে

ସମକକ୍ଷ : আবেদন পত্র, আর্জী, দর্খাস্ত

ଅର୍ଥ : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য

ଉଦାହରଣ : মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক

ସମକକ୍ଷ : আৱেদন, নিবেদন, নিৱেদন, প্রার্থ্্না, বিনীত অনুৰোধ

ଅର୍ଥ : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো

ଉଦାହରଣ :

ସମକକ୍ଷ : আপিল, আবেদন-পত্র, আর্জী, আৰজ, দর্খাস্ত, দৰখাস্ত, প্রার্থন্া-পত্র

ଅର୍ଥ : অত্যাচাৰ, দুখ আদিৰ পৰা বচোৱাৰ কাৰণে কৰা প্রার্থ্্না

ଉଦାହରଣ : পুলিচে দুখীয়া ৰামনাথৰ ফৰিয়াদ নামঞ্জুৰ কৰিলে

ସମକକ୍ଷ : আর্জি, ফৰিয়াদ