ଅର୍ଥ : আবেদন বা প্রার্থন্া কৰা লোক
ଉଦାହରଣ :
সকলো প্রার্থীৰ আবেদন-পত্র গৃহিত নহয়
ସମକକ୍ଷ : আবেদন-কর্তা, আবেদনকাৰী, নিবেদক, প্রার্থন্া-কর্তা, প্রার্থী
ଅର୍ଥ : যিজনে আবেদন কৰিছে
ଉଦାହରଣ :
এই পদটোৰ কাৰণে ছয় হাজাৰ আবেদকে আবেদন-পত্র দাখিল কৰিছে
ସମକକ୍ଷ : আবেদন কর্তা
ଅର୍ଥ : যি আবেদন কৰিছে
ଉଦାହରଣ :
প্রৱন্ধকে আবেদকসকলক আজি সাক্ষাৎকাৰৰ কাৰণে মাতিছে
ସମକକ୍ଷ : আবেদন কর্তা