ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঠাইত থকা বা বসতি কৰা লোক
ଉଦାହରଣ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
ସମକକ୍ଷ : অধিবাসী, আবাসিক, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
ଅର୍ଥ : যি ছাত্রাবাসত থাকে
ଉଦାହରଣ : দেউতাৰ বদলিৰ পিছত মোহন ছাত্রাবাসী হʼল
ସମକକ୍ଷ : আৱাসী, ছাত্রাবাসী, ছাত্রাৱাসী
ସଂସ୍ଥାପନ କରନ୍ତୁ