ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঠাইত থকা বা বসতি কৰা লোক
ଉଦାହରଣ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
ସମକକ୍ଷ : অধিবাসী, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
ଅର୍ଥ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
ଉଦାହରଣ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
ସମକକ୍ଷ : অধিকৃত, অধিবাসী, অধ্যুষিত, আৱাসিক, বসতিপূর্ণ
ସଂସ୍ଥାପନ କରନ୍ତୁ